ENVIAR LETRAS
Top 100
Lançamentos de álbuns
Artistas
Comunidade
francês
Espanhol
Português
corrija a letra Letra
Dhou (Assamese)
por
Abhi Saikia
Retornar
Letra
আঙুলি ফাঁকেৰে পৰিছে সৰকি সপোনৰে বালি এমুঠি চিনাকি ঋতু বাগৰিলে নতুনক আদৰি সময়ো বাগৰে আবেগক সামৰি প্রজাপতি উৰা মাৰি হঠাতেনো হেৰাই বৰণীয়া অনুভৱে আহি মোকেনো জোকায় উলাহৰে নদীতে মই সাঁতুৰি-নাদুৰি কাঁচিয়লি ৰ'দত তিতা হেঁপাহেনো সাৰ পায় ঢৌৱে ঢৌৱে সান ধৰাৰে বুকুতে আবেলিৰে ৰং হেঙুলী ঢৌৱে ঢৌৱে বৈ যাবি নদীতে হৈ যে গতিশীল ধূলিয়ৰি এটি বাটেৰে উভটি জাকৰুৱা এজাক অনুভৱ সাৱটি আকাশৰ বুকুতে নীলাবোৰ বুটলি পক্ষীতি উৰিবি চিঙি তই শিকলি প্রজাপতি উৰা মাৰি হঠাতেনো হেৰাই বৰণীয়া অনুভৱে আহি মোকেনো জোকায় উলাহৰে নদীতে মই সাঁতুৰি-নাদুৰি কাঁচিয়লি ৰ'দত তিতা হেঁপাহেনো সাৰ পায় ঢৌৱে ঢৌৱে সান ধৰাৰে বুকুতে আবেলিৰে ৰং হেঙুলী ঢৌৱে ঢৌৱে বৈ যাবি নদীতে হৈ যে গতিশীল
vídeo de música
Seu nome será publicado. Deixe os campos em branco para permanecer anônimo.
Enviar
Modal title
×
Adicionar mídia
Video URL?
(YouTube, Vimeo, Instagram, DailyMotion, Soundcloud)
×
Lembre de mim
Senha perdida
Entrar
Registrarse