AJOUTER PAROLES
Top 100
Sorties d'albums
artistes
Communauté
Espagnol
Portuguais
Anglais
Correction Paroles
Dhou (Assamese Lyrics)
par
Abhi Saikia
Retour
Paroles
আঙুলি ফাঁকেৰে পৰিছে সৰকি সপোনৰে বালি এমুঠি চিনাকি ঋতু বাগৰিলে নতুনক আদৰি সময়ো বাগৰে আবেগক সামৰি প্রজাপতি উৰা মাৰি হঠাতেনো হেৰাই বৰণীয়া অনুভৱে আহি মোকেনো জোকায় উলাহৰে নদীতে মই সাঁতুৰি-নাদুৰি কাঁচিয়লি ৰ'দত তিতা হেঁপাহেনো সাৰ পায় ঢৌৱে ঢৌৱে সান ধৰাৰে বুকুতে আবেলিৰে ৰং হেঙুলী ঢৌৱে ঢৌৱে বৈ যাবি নদীতে হৈ যে গতিশীল ধূলিয়ৰি এটি বাটেৰে উভটি জাকৰুৱা এজাক অনুভৱ সাৱটি আকাশৰ বুকুতে নীলাবোৰ বুটলি পক্ষীতি উৰিবি চিঙি তই শিকলি
clip
Ton pseudo sera publié. Laisses les champs vide pour rester anonyme.
Soumettre
Modal title
×
Ajouter un média
Video URL?
(YouTube, Vimeo, Instagram, DailyMotion, Soundcloud)
×
Se souvenir de moi
Mot passe oublié
Connectes-toi
M'inscrire